কাউৰী ওকণীকাউৰী-ঠেঙীয়া

কাউৰী মণি (Assamese) [ Roman: ka.u.ri mo.ni]
Contributed by: Atul Ch. Kakoti on 2009-10-20
1. (Common Noun-Common) Job's tears is a grain-bearing tropical plant similar to maize/corn of the family Poaceae. But its grains are dissimilar to maize/corn and are not edible. Grains are light white or ash colour to look. দেখাত গোমধানৰ দৰে এবিধ গুটি ধৰা উদ্ভিদ ৷ কিন্তু, ইয়াৰ গুটিবোৰ গোমধানৰ দৰে একেতা ডিলতে নালাগে আৰু ই খাদ্যৰ বাবে উপযোগী নহয় ৷ ইয়াৰ গুটিবোৰ পাতল বগা বা ধোঁৱা বৰণীয়া হয় ৷